অসমৰ চৰকাৰী কলেজসমূহত সহকাৰী অধ্যাপক (Assistant Professor) পদৰ দৰমহা UGC Level 10 পে স্কেল অনুসৰি নিৰ্ধাৰিত হয়। তলত মহাঘ ভাতা (DA) ৬০% হাৰত হিচাপ কৰা সম্পূৰ্ণ দৰমহা গঠন দিয়া হ’ল। The salary of Assistant Professors in Assam’s government colleges is…
অসম চৰকাৰৰ অধীনত টেট (TET) উত্তীৰ্ণ শিক্ষকসকলৰ দৰমহা গঠন পদমৰ্যাদা অনুসৰি বেলেগ বেলেগ হয় — নিম্ন প্ৰাথমিক (LP), উচ্চ প্ৰাথমিক (UP), স্নাতক শিক্ষক তথা হাইস্কুল শিক্ষক (GT), আৰু স্নাতকোত্তৰ শিক্ষক (PGT)। তলত ডিএ ৬০% হাৰত হিচাপ কৰা প্ৰতিটো শ্ৰেণীৰ সম্পূৰ্ণ…
বিহু অসমীয়া সংস্কৃতিৰ প্ৰাণ, আৰু ৰঙালী, কঙালী আৰু ভোগালী — এই তিনি বিহুৰে অসমীয়া সাহিত্যত গভীৰ ঠাই আছে। তলত সংকলিত কেইটামান উল্লেখযোগ্য বিহু কবিতা, প্ৰতিটোৰে সম্পূৰ্ণ পাঠসহ। বিহু কবিতা কঙালী বিহু যতীন্দ্ৰনাথ শৰ্মা আহিল আজি কঙালী বিহু, হামুটে পথাৰৰ নিয়ৰ…
ভোগালী বিহু শৈলধৰ বাজখোৱা সাৰ পালে বাইদেউ! জগাবাটো মোক কাইলৈ নিচেই পুৰাই, আহিছে ভোগালী বিহু পুহৰ শেহত এই দিন নেপাম দুনাই। মই হ’লে পুৰাতেই শীতল পানীৰে গা ধুম নহওঁ কাতৰ, থাকা যদি বাহী গাৰে নোৱাৰিবা চুৰ নেচাপিবা মেজিৰ ওচৰ। বাইদেউ!…
কঙালী বিহু যতীন্দ্ৰনাথ শৰ্মা আহিল আজি কঙালী বিহু হামুটে পথাৰৰ নিয়ৰ ফালি, চোতালৰ আগৰ শেৱালি ডালত গায়ন জুৰিলে চৰাইহালি। জলত পদুম থলত পদুম বতাহৰ কানত গোমাৰ ভাৰ, বিষৰ লগৰা শীতল বতাহ সুৰদি সুৰদি লাগিছে জাৰ। আইকণ সেই বোটলৈ শেৱালি হাতত…
বিহু চোলাৰ কাণ্ড গগনচন্দ্ৰ অধিকাৰী বিহু দিনাই বোৱাৰী পুৰাই ভালভাৱ খালি টিনটো মাজেৰে ফুটাই বটি ওলমাই চোল এটা কৰি দিনটো ঘুটুম-ঘুটুম টুম-টুম-টুম চেং কুই কুই টুম;— ভাইটিৰ আমাৰ কিয়ে কাৰবাৰ চোল বজোৱাৰ ধুম। চেং কুই-কুই চেং কুই-কুই ঘুটুম-ঘুটুম-টুম;— (এই বাজনাত…
বিহুৱান নকুলচন্দ্ৰ ভূঞা ৰাঙলী হে চাঙলী হে বহাগৰ বিহুৰে ধেমালি হে।। মইনাৰ বায়েকৈ পাণকটা ফুলেৰে ৰঙা শেৱলৰ গামোচাখনি। মেৰিয়াই দিলোহি মইনাৰ ডিঙিতে ব’হাগৰ বিহুটি বুলি।। ত’তে দেখিলে এখেতে চিনিলে সেইযুগি মইনাৰ ভৰি।
বিহু নিমন্ত্ৰণী নিৰ্মলপ্ৰভা বৰদলৈ টেঙালি গাঁৱৰ ৰাঙলী ভনীয়ে ৰঙালী বিহুলৈ’ বুলি নাহৰ পাতৰ তুলাপাতখনিত চিঠি লিখিছিলে কালি। বাইদেউ তুমি দুৱতে থাকানে ঘৰলৈ’ জানো নাহ’? টাউনৰ বিহুত কিটানো দেখিবা আঁহচোন ইয়াতলৈ আঁহা। আইতাই সাঁচিছে বিহুৰে গামোচা দুৱাৰে ফুলেৰে পাৰি দেৱতাই আনিছে…
বিহু আদৰনি মিত্ৰদেৱ মহন্ত শুনা হে চ’তাই পেঁপাতি বজাই ৰঙালীক আঁহা লৈ পদুলি মুখত বাট চাই চাই থাকিম কিমান বৈ।। আনিলোঁ জেতুকা আনিলোঁ খেৰেজু আনিলোঁ বহমুৰি। মাধিয়তী পাতে তৰাৰ পথাৰে আওলা পেলালোঁ জুৰি।। আনিলো হালধি খেকোৱা বেঙেনা সাজিলোঁ বাঁহত চাত।…
ভাৰতৰ জাতীয় পতাকা ৰচনা – তিৰঙা পতাকাৰ ইতিহাস, ৰঙৰ প্ৰতীকী অৰ্থ আৰু ব্যৱহাৰৰ নিয়মৰ বিষয়ে অসমীয়া ৰচনা।