Press ESC to close

0

বিহু চোলাৰ কাণ্ড গগনচন্দ্ৰ অধিকাৰী বিহু দিনাই বোৱাৰী পুৰাই ভালভাৱ খালি টিনটো মাজেৰে ফুটাই বটি ওলমাই চোল এটা কৰি দিনটো ঘুটুম-ঘুটুম টুম-টুম-টুম চেং কুই কুই টুম;— ভাইটিৰ আমাৰ কিয়ে কাৰবাৰ চোল বজোৱাৰ ধুম। চেং কুই-কুই চেং কুই-কুই ঘুটুম-ঘুটুম-টুম;— (এই বাজনাত…

Continue Reading
0

বিহুৱান নকুলচন্দ্ৰ ভূঞা ৰাঙলী হে চাঙলী হে বহাগৰ বিহুৰে ধেমালি হে।। মইনাৰ বায়েকৈ পাণকটা ফুলেৰে ৰঙা শেৱলৰ গামোচাখনি। মেৰিয়াই দিলোহি মইনাৰ ডিঙিতে ব’হাগৰ বিহুটি বুলি।। ত’তে দেখিলে এখেতে চিনিলে সেইযুগি মইনাৰ ভৰি।

Continue Reading
0

বিহু নিমন্ত্ৰণী নিৰ্মলপ্ৰভা বৰদলৈ টেঙালি গাঁৱৰ ৰাঙলী ভনীয়ে ৰঙালী বিহুলৈ’ বুলি নাহৰ পাতৰ তুলাপাতখনিত চিঠি লিখিছিলে কালি। বাইদেউ তুমি দুৱতে থাকানে ঘৰলৈ’ জানো নাহ’? টাউনৰ বিহুত কিটানো দেখিবা আঁহচোন ইয়াতলৈ আঁহা। আইতাই সাঁচিছে বিহুৰে গামোচা দুৱাৰে ফুলেৰে পাৰি দেৱতাই আনিছে…

Continue Reading
0

বিহু আদৰনি মিত্ৰদেৱ মহন্ত শুনা হে চ’তাই পেঁপাতি বজাই ৰঙালীক আঁহা লৈ পদুলি মুখত বাট চাই চাই থাকিম কিমান বৈ।। আনিলোঁ জেতুকা আনিলোঁ খেৰেজু আনিলোঁ বহমুৰি। মাধিয়তী পাতে তৰাৰ পথাৰে আওলা পেলালোঁ জুৰি।। আনিলো হালধি খেকোৱা বেঙেনা সাজিলোঁ বাঁহত চাত।…

Continue Reading