Patriotism essay in Assamese language পৰম ঐশ্বৰ্য আৰু সৌন্দর্যময় লংকা নগৰীলৈ আঙুলিয়াই দি শ্ৰীৰামচন্দ্ৰই লক্ষ্মণক কৈছিল— “বুজিছ লক্ষ্মণ, সোণৰ লঙ্কাপুৰীৰ এই ঐশ্বৰ্য, এই সৌন্দৰ্যয়ো মোক নুৰুচা হৈছে। মোৰ মন জন্মভূমিৰ ওচৰলৈ উৰি যাওঁ, উৰি যাওঁ লগাইছে; কিয়নো ‘জননী আৰু জন্মভূমি…
যিসকলে মহান নেতৃত্ব লৈ এই পৃথিৱীত জন্ম লাভ কৰি বিভিন্ন পাদ্য-অৰ্ঘ্যেৰে দেশমাতৃকাৰ চৰণ ধোৱাই গৈছে, সেইসকলৰ ভিতৰত ভাৰত-ভাস্কৰ ৰবীন্দ্ৰনাথ ঠাকুৰ অন্যতম। ৰবীন্দ্ৰনাথে কবিতা, গদ্য, বিজ্ঞান, সংগীত, শিল্প আৰু অভিনয় আদি সকলো ক্ষেত্ৰতে বহুমুখী প্রতিভাৰ পৰিচয় দি গৈছে। তেওঁ মহান ব্যক্তিত্ব…
Assamese Song Lyrics – Zubeen Garg জুবিন গাৰ্গ ৰ গীতৰ কথা Zubeen Garg Song Lyrics Click on any song title to view the complete lyrics মায়া মাঁথো মায়া মায়া… মায়া মাঁথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া, মায়াভৰা দুচকুলৈ হিয়াজুৰি…
চাহ এবিধ উত্তম পানীয়। চাহ-গছৰ পাত ‘কল’ৰ সহায়েৰে গুড়ি কৰি চাহ-পাত তৈয়াৰ কৰা হয় । উতলা গৰম পানীত চাহ-পাত দিলেই পানীখিনি ৰঙচুৱা হৈ পৰে আৰু লগে লগে চেকনিৰে ফিকা চাহ-পানীখিনি চেকি লৈ জোখমতে গাখীৰ আৰু চেনি মিহলাই এই পানীয় প্ৰস্তুত…
বছৰৰ বাৰটি মাহক দুটা দুটা মাহ লগ লগাই লক্ষণভেদে মুঠতে ছ’টা ঋতুত ভাগ কৰা হয়। এই হিচাপত শাওণ-ভাদ মাহ দুয়োটা বর্ষা ঋতু বা বাৰিষা কাল। কিন্তু অসমত ব’হাগ মাহৰপৰাই বৰষুণ আৰম্ভ হৈ একেবাৰে আহিন মাহলৈকে থাকে। ইয়াৰ ভিতৰত জেঠ, আহাৰ,…
১৯৭৮ চনৰ জানুৱাৰী মাহৰ ২০ তাৰিখ শনিবাৰে অসমৰ এগৰাকী অনন্যসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী পুৰুষ, সকলোৰে শ্ৰদ্ধাভাজন ককা, সুসাহিত্যিক, ৰাজনীতিক আৰু সমাজকৰ্মী বাগ্মীবৰ নীলমণি ফুকন ডাঙৰীয়াৰ ৯৮ বছৰ বয়সত পৰলোক প্ৰাপ্তি ঘটে। ১৮৮০ চনৰ ২২ জুন তাৰিখে ডিব্ৰুগড়ত বিখ্যাত খাৰঘৰীয়া বংশত ফুকন…
মানুহৰ সংখ্যা বৃদ্ধি আৰু যন্ত্ৰ-সভ্যতাৰ প্ৰসাৰৰ লগে লগে পৃথিৱীৰ বুকুৰপৰা ইয়াৰ প্রাকৃতিক সম্পদ আৰু সৌন্দর্য দ্ৰুতগতিত বিলুপ্ত হৈ ধৰিছে। অথচ মানুহ বাছি থাকিবলৈ প্ৰকৃতিৰ সম্পদ আৰু সৌন্দর্য অতীৱ প্ৰয়োজনীয়। সেইবাবে বর্তমান পৃথিৱীৰ দেশসমূহে নিজ নিজ দেশৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্য…
এখন ৰাজ্যৰ সকলো ধৰ্মৰ, সকলো বৰ্ণৰ মানুহে স্বতঃস্ফূর্তভাৱে পালন কৰা উৎসৱকে জাতীয় উৎসৱ বোলা হয়। দুর্গাপূজা, মহৰম, বৰদিন আদি উৎসৱ পয়োভৰেৰে পালন কৰা হয় যদিও এইবোৰক দৰাচলতে আমাৰ দেশৰ জাতীয় উৎসৱৰ লেখত ধৰিব নোৱাৰি, কিয়নো ই মূলতঃ হিন্দু, মুছলমান বা…